Home 🌎 অসমঃ শ্ৰীনগৰ কাজিকুণ্ড CRPFৰ Asstt Sub inspector তথা ৰেডিঅ’ অপাৰেটৰ জোৱানৰ অকাল মৃত্যু

শ্ৰীনগৰ কাজিকুণ্ড CRPFৰ Asstt Sub inspector তথা ৰেডিঅ’ অপাৰেটৰ জোৱানৰ অকাল মৃত্যু

শ্ৰীনগৰ কাজিকুণ্ড CRPFৰ Asstt Sub inspector তথা ৰেডিঅ’ অপাৰেটৰ জোৱানৰ অকাল মৃত্যু
  • জম্মু কাশ্মীৰৰ শ্ৰীনগৰ কাজিকুণ্ড CRPFৰ Asstt Sub inspector Radio operatorত কৰ্মৰত বগৰীবাৰীৰ এগৰাকী কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱানৰ মৃত্যু।
  • মৃত্যু হোৱা জোৱান ফুলচন আলি সেখ(৫১) জম্মু কাশ্মীৰ শ্ৰীনগৰৰ CRPF কেম্পত হৃদপিণ্ড বন্ধ হৈ মৃত্যু হয়।
  • জোৱান জনৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ অন্তৰ্গত বগৰীবাৰী ষ্টেট বেংকৰ সমীপত।
  • জোৱানজনৰ ঘৰত উপস্থিত হৈছে গৌৰীপুৰ ৪৮ নং বেটেলিয়নৰ CRPF ৰ বহু জোৱান।
  • সামৰিক মৰ্য্যদাৰে সন্মান জনাব গৌৰীপুৰ ৪৮ নং CRPF বেটেলিয়ন কেম্পৰ ভালে সংখ্যক জোৱানে।
  • ইতিমধ্যে সেনা বাহিনীৰ বিশেষ বিমানেৰে গুৱাহাটী বিমানবন্দৰ পৰা অনা হৈছে জোৱানজনৰ নশ্বৰ দেহ।
  • গুৱাহাটীৰ পৰা CRPF ৰ বিশেষ বাহনেৰে নিজা গৃহলৈ জোৱানজনৰ নশ্বৰ দেহ
  • ১৯৯১ চনৰ পৰা CRPF ত কৰ্মৰত আছিল জোৱানজন।
  • জোৱান ফুলচান্দ আলীয়ে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here