Home 🌎 অসমঃ ৰেচন কাৰ্ডৰ নামত শিৱসাগৰত ধন সংগ্ৰহ

ৰেচন কাৰ্ডৰ নামত শিৱসাগৰত ধন সংগ্ৰহ

ৰেচন কাৰ্ডৰ নামত শিৱসাগৰত ধন সংগ্ৰহ

♦ শিৱসাগৰ চেৰেকাপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ৰুণী বেগম নামৰ দৰিদ্ৰ মহিলা গৰাকীৰ পৰা ৰেচন কাৰ্ড দিয়া নামত ধন সংগ্ৰহ কৰিছে ৰেখামণি কোঁৱৰ নামৰ মহিলা এগৰাকীয়ে। তেওঁ নিজকে বিজেপি দলৰ সদস্য বুলি কৈ ৰেচন কাৰ্ডৰ নামত ৪০০ টকা কৈ সংগ্রহ কৰিছে। শুনক ভুক্ত ভোগীৰ মুখেৰে

WHATSAPP IMAGE 2023 09 08 AT 11.29.43
ৰুণী বেগম নামৰ দৰিদ্ৰ মহিলা গৰাকীৰ পৰা ৰেচন কাৰ্ড দিয়া নামত ধন সংগ্ৰহ কৰিছে ৰেখামণি কোঁৱৰ নামৰ মহিলা এগৰাকীয়ে
10 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here