22 C
Guwahati

২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তী বাজেট দাখিলৰ পাছত উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

- Advertisement -

2023 Budget Highlights vs 2024 Budget Expectations: Key measures for focus  groups, tax relief, investment boost - BusinessToday

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তী বাজেট দাখিল কৰাৰ পাছতে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাত বিত্তমন্ত্ৰীয়ে ২০২৪-২৫ বৰ্ষৰ বাবে চৰকাৰৰ আনুমাণিক আয় আৰু ব্যায় সন্দৰ্ভত বিবৃতি দাখিল কৰে। ২০২৪ বৰ্ষৰ বাবে বিত্ত বিধেয়কো লোকসভাত দাখিল কৰা হয়। ইয়াৰ পাছতে সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত কৰা হয়। ৰাজ্যসভাত বিত্তমন্ত্ৰীয়ে অন্তৱৰ্তী বাজেটৰ প্ৰতিলিপি দাখিল কৰে। পাছত সদনৰ কাৰ্যক্ৰমণিক দিনটোৰ বাবে স্থগিত ৰখা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

বাজেটক উন্নয়নমুখী বুলি অভিহিত ভাৰতীয় উদ্যোগ সংঘৰ সঞ্চালক প্রধান...

ভাৰতীয় উদ্যোগ সংঘৰ সঞ্চালক প্রধান চন্দ্রজিৎ বেনাৰ্জীয়ে অন্তৱৰ্তীকালীন বাজেটক সামাজিক আৰু ভৌতিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি...

অৰ্থনৈতিক স্বাৱলম্বিতাইহে নাৰীক প্ৰকৃতাৰ্থত সবল কৰিব পাৰিব ✒️পল্লবী নেওগ...

“a woman with her inherent characteristics such as compassion, patience, perseverance, honesty, sensitivity to social issues, constructive...

■ক্ৰিকেট বিশ্বকাপ ২০২৩ ■ভাৰতীয় অৰ্থনীতিত ২২,০০০ কোটি টকা সঞ্চয়,...

● শেহতীয়াকৈ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল। ভাৰতৰ দ্বাৰা আয়োজিত, কেৱল...