22 C
Guwahati

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

- Advertisement -

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি এই দিৱস উপলক্ষে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

Period-ঋতুশ্ৰাৱ -ধ্ৰুৱজ্যোতি দাস

( Period ঋতুশ্ৰাৱ) এজনী নাৰী কিমান শক্তিশালী এই সময়ত বুজা যায় নাৰী জীৱনৰ অন্য এটা প্ৰত্যাহ্বান আৰু ইশ্বৰৰ বৰদান...

’99 Not Out!’: A Tale of How To Live...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তিবৰ্ধক ব্যায়াম

● ছাত্ৰ-ছাত্ৰীৰ বাবে স্মৃতি অটুট ৰখাটো অতি প্ৰয়োজনীয় বিষয়। কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও বিষয়টোৰ প্ৰতি অধিক...