29 C
Guwahati

বিশিষ্ট সাহিত্যিক শশী ফুকনৰ মৃত্যুত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সন্মিলনীৰ গভীৰ শোক প্ৰকাশ

- Advertisement -

গুৱাহাটীঃ জনপ্ৰিয় ‘বিস্ময়’ আলোচনীৰ স্বত্বাধিকাৰী, সম্পাদক, বিশিষ্ট সাহিত্যিক শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰাগজ্যোতিশিয় সন্মিলনীয়ে ।এক শোক বাৰ্তাত সন্মিলনীৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে কয় – ‘বিস্ময়’ আলোচনী প্ৰকাশৰ জৰিয়তে এক যুগ সৃষ্টি কৰি অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙণি যোগাই যোৱা এই গৰাকী প্ৰাক্তন প্ৰাগজ্যোতিক্ষীয় মৃত্যুত আমি মৰ্মাহত হৈছো।

তেঁও প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে গল্প ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই গৈছে। পাছলৈ বিস্ময় আলোচনী প্ৰকাশ আৰু সম্পাদনাৰ জৰিয়তে প্ৰায় পাঁচটা দশকত বহু নতুন লেখকৰ সৃষ্টি কৰিছে। তেঁওৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এক অপুৰনীয় ক্ষতি। সম্মিলনীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

সোমবাৰে ১৯ গৰাকী ব্যক্তিক সন্মানীয় বঁটাৰে সন্মান ৰাজ্য চৰকাৰৰ;...

■ সমাজৰ প্ৰতি অসামান্য অৱদানক স্বীকৃতি দি সোমবাৰে অসম চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ...

কোনো সঠিক উপস্থাপন অবিহনে জি-২০ সন্মিলনত কিয় বিহু নৃত্য...

● নতুন দিল্লীত জি-২০ সন্মিলনৰ দৰে গোলকীয় মঞ্চত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ...