16 C
Guwahati

পৰমাণু (গল্প) || গছ আৰু চৰাইৰ সিদ্ধান্ত ✒️ চামচুল বাৰিক

- Advertisement -

গছ আৰু চৰাইৰ সিদ্ধান্ত

– চামচুল বাৰিক

গছ আৰু চৰাইবোৰৰ মাজত এখন যুটীয়া বৈঠক অলপতে সম্পন্ন হৈ গৈছে।


গছঃ আমি এই গ্ৰহ এৰি গুচি যাম।
চৰাইঃ আমাৰ কি দশা হ’ব?
গছঃ আমি এনেকুৱা এটা গ্ৰহৰ বাসিন্দা হ’ম য’ত মানুহৰ প্ৰৱেশ নিষেধ৷
চৰাইঃ তোমালোক ইয়াত নেথাকিলে আমাৰনো কি কাম?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
20.9 ° C
20.9 °
20.9 °
70 %
0.7kmh
0 %
Fri
25 °
Sat
24 °
Sun
24 °
Mon
24 °
Tue
24 °

More like this

কিছু মিঠা প্ৰবঞ্চনাৰে

ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি...

প্রবন্ধ সংকলন “পষ্ট-মর্টেম্”- ড° বুলজিৎ বুঢ়াগোহাঁই

অসমৰ সমাজ জীৱনৰ এগৰাকী জনপ্রিয় সামাজিক ভাষ্যকাৰ হোবাৰ উপৰি এগৰাকী সু-লেখক, নিবন্ধকাৰ, বিশ্লেষক আৰু সুতীব্র বক্তাৰূপে উজলাই...

আঞ্চলিকতাবাদী উপন্যাস হিচাপে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ –...

আঞ্চলিকতাবাদী উপন্যাস হিচাপে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ অসমীয়া সাহিত্যৰ ভঁৰাল বিশেষভাৱে সমৃদ্ধ কৰা স্বনামধন্য লেখিকা মামণি ৰয়ছম...