20 C
Guwahati

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত

- Advertisement -

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত হৈছে।

ত্রয়োদশ দ্বিপাক্ষিক অনুশীলনত ছিংগাপুৰ আৰ্টিলেৰী ৰেজিমেণ্টৰ ১৮২ গৰাকী আৰু ভাৰতীয় সেনাবাহিনীৰ ১১৪ গৰাকী বিষয়া- জোৱানে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অধীনত পাৰস্পৰিক বুজাবুজিৰ বাবে এই যুটীয়া অনুশীলন চলোৱা হৈছে। এই অনুশীলনত দুয়োপক্ষই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে নিজৰ সামৰিক কৌশল প্ৰদৰ্শন কৰে। দেশৰ আৰ্টিলেৰীৰ সঞ্চালকপ্ৰধান লেফটেনেণ্ট জেনেৰেল এ কুমাৰ, ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ কৰ্ণেল অল চিউ পার্নে এই অনুশীলন প্রত্যক্ষ কৰে। তেওঁলোকে দুয়োপক্ষৰ বাহিনীয়ে দেখুওৱা প্ৰদৰ্শনক প্ৰশংসা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

Page-Turner Gatherings: Uniting Book Lovers at Author Meetups and...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া...

প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে বংগোপসাগৰত সৃষ্টি ঘূৰ্ণি...

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু...