20 C
Guwahati

প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট-২০২৪ ৰ সামৰণি অনুষ্ঠান

- Advertisement -

📌সামৰণি অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্রী নন্দিতা গালোৰ্চা, প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেচাদৰ শচীন ছামৰীয়া।
📌৫৫ টা সোণ, ৪৭ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ অসম দলে লাভ কৰে চেম্পিয়নৰ সন্মান।
📌আনহাতে, ৰাৰ্ণাৰ আপ ট্ৰফী লাভ কৰে অৰুণাচল প্ৰদেশে।
📌শুক্ৰবাৰে, সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠানত চেম্পিয়ন আৰু ৰাৰ্ণাছ আপৰ ট্ৰফী প্ৰদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

ক’ভিড যোদ্ধা সাংবাদিক সকলক নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত...

♦ ক’ভিড যুদ্ধত সন্মুখৰ শাৰীত থাকি সেৱা আগবঢ়াই অহা চিকিৎসা সেৱাৰ লগতে জেষ্ঠ তথা কনিষ্ঠ সাংবাদিক সকলক...

জালুকবাৰী জাতীয় বিদ্যালয়ত কুইজ-চিত্ৰাংকন প্ৰতিযোগিতা

জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজি জালুকবাৰী জাতীয় বিদ্যালয় চৌহদত...

৪২ বছৰৰ চাকৰি পৰিক্ৰমা সামৰি অৱসৰ ললে ৰাণীৰ বনকৰ্মী...

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ বিভিন্ন দুৰ্গম প্ৰান্তত প্ৰায় ৪২ টা বছৰ কৰ্তব্য সম্পাদন কৰি...