22 C
Guwahati

জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট

- Advertisement -

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই একাউণ্টৰ ভিতৰত ৩০ কোটিৰো অধিক মহিলা অর্থাৎ ৫৫ শতাংশ মহিলাই অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংক একাউণ্ট থকা দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকক ইয়াৰ অধীনত সামৰি লোৱাৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশত ২২ কোটিৰো অধিক লোক প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু ৪৯ কোটি লোকে প্রধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা...

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে...

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯...

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু...

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু...

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪...