29 C
Guwahati

MOU BIHU || Srijani Bhaswa Mahanta | Niranjan Goswami

- Advertisement -

প্ৰতি,
Srijani Bhaswa Mahanta আৰু লগতে “মৌ বিহু” গীতটিৰ সমূহ অভিনেতা – অভিনেত্ৰী নমস্কাৰ গ্ৰহণ কৰিব। কেইদিনমানৰ আগত আপোনালোকৰ শৃজনা ভাস্বতী মহন্ত আপোনাৰ “মৌ বিহু ” শীৰ্ষক গীতটিয়ে অসমীয়া ৰাইজৰ আৱেগক অপমান কৰিছে। গীতটোত আপোনালোকে অসমৰ জাতীয় উৎসৱ বিহুক বিকৃত ভাৱে উপস্থাপন কৰাৰ লগে অশ্লীল বিহুলৈ পৰিণত কৰিছে । গীতটো পৰিবেশন কৰোতে অসমীয়া জাতীয় পোচাকৰ পৰিৱৰ্তে আন পোচাক পৰিধান কৰি যি অশ্লীলতাৰে উপস্থাপন কৰিছে, ই আমাৰ জাতীয় উৎসৱ বিহুক অপমান কৰিছে। সেয়ে আপোনালোকৰ এনে কাৰ্যৰ গৰিহণা দিছো‌ আৰু অতি শীঘ্ৰে এনে কাৰ্যৰ ক্ষমা প্ৰাৰ্থনা সহ বিহুক শুদ্ধ ৰূপত উপস্থাপন কৰি আৰু যি অশ্লীলতাৰে উপস্থাপন কৰা গীতটিৰ ভিডিঅ’ সামাজিক মাধ্যমত মুকলি কৰিছিল সেই ভিডিঅ’ অতি সোনকালে মচি পেলাবলৈ আহ্বান জনালোঁ।
ইতি
অবিনাশ বৰা

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

ভুল কেৱল ডিম্পু বৰুৱাৰে নহয় । কোনোবাখিনিত ভুল আমাৰো...

ভুল কেৱল ডিম্পু বৰুৱাৰে নহয় । কোনোবাখিনিত ভুল আমাৰো আছে । কিয় জানেনে ? কাৰণ ডিম্পু বৰুৱাক গঢ়...

’ স্বাভাবিকভাবে ইতিবাচক বা নেতিবাচক পৰিৱৰ্তন সংবাদ ক্ষেত্ৰতো আহি...

জনপ্ৰিয় সাংবাদিক ৰীয়াৰানী দত্তৰ সৈতে অন্তৰংগ বাৰ্তালাপ পিতৃ উৎপল কুমাৰ দত্ত আৰু মাতৃ নিজুমণি দত্তৰ কন্যা ৰীয়াৰানী দত্তৰ...

চৰ্চাত অসম সাহিত্য সভা

সাহিত্য সভাই গতানুগতিকতা পৰিহাৰ কৰি নতুন কাৰ্যপন্থা হাতত লোৱাৰ সময় আহিছে৷কেবল বিয়াগোম পেণ্ডেল নিৰ্মাণ কৰি মেলামুখী কাৰবাৰ...