● নতুন দিল্লীত জি-২০ সন্মিলনৰ দৰে গোলকীয় মঞ্চত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (এপিচিচি) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজহুৱা ব্যাখ্যা দাবী কৰাৰ লগতে বিষয়টোৰ তদন্তৰ দাবী জনাইছে।