ফণীভূষণ চৌধুৰীক বিৰোধী দলৰ নেতৃত্বও ভাল পাই

- Advertisement -

ঘগ্ৰাপাৰৰ পৰা ফইজুল হক চৌধুৰীঃ ফণীভূষণ চৌধুৰীক বিৰোধী দলৰ নেতৃত্বও ভাল পাই। তেওঁক বেয়া পোৱা মানুহ নাই। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক মানুহে চিনিয়ে নাপাই। বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ বাহিৰে যোগ্য প্ৰাৰ্থী কোনো নাই। বিজেপি দলৰ লগত মিত্ৰতা কৰি বিজেপিৰো লাভ আৰু অসম গণ পৰিষদৰো লাভ হৈছে। অহা বিধানসভা নিৰ্বাচনতো বিজেপিৰ লগত মিত্ৰতা অব্যাহত থাকিব অগপৰ। নলবাৰীৰ বৰখালা লক্ষ্মী নাৰায়ণ যজ্ঞত উপস্থিত হৈ এই মন্তব্য অগপৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীৰ।

 

 

10 / 100

LEAVE A REPLY

Please enter your comment!
Please enter your name here

More like this

অসমৰ বাবে অৰবিন্দ কেজৰীৱালৰ গেৰান্টিঃ শিক্ষা, স্বাস্থ্য সেৱা, কৰ্ম...

উন্নয়নৰ স্বাৰ্থত আপক সমৰ্থন কৰিবলৈ আহ্বান দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ দিলীপ পাণ্ডেৰ অসমবাসীলৈ অৰবিন্দ কেজৰিৱালৰ আহ্বান ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত...

Asimo Robot Unveils a New Tool For Simple Robot...

To understand the new smart watched and other pro devices of recent focus, we should look to...

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক...

■ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে বুধবাৰে বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন...