Login/Register - echoverse

অসমত আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন

নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা ■ নগাঁও ■ শিলচৰ ■ কৰিমগঞ্জ ■ ডিফু ■ দৰং - ওদালগুৰি

২৭ এপ্ৰিলত অসমলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে

● কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই অহা ২৭ এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বুধবাৰে এই কথা প্রকাশ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ...