24.4 C
Guwahati

১৪ বছৰীয়া ছাত্ৰী ডিম্পল কামোৱাতৰ হত্যাৰ ন্যায় বিচাৰি নলবাৰীত প্ৰতিবাদ

- Advertisement -

■ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ’ য়ে ১৪ বছৰীয়া ডিম্পল কামোৱাতৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে হত্যাকাৰীয়ে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে অসম চৰকাৰক দাবী জনায় নলবাৰী চহৰৰ জিলিকনি চ’কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদ স্থলিত কৰ্মী সকলে ছাত্ৰী হত্যা ধৰ্ষণ বন্ধ কৰক, গুৱাহাটীৰ উজান বজাৰৰ ১৪ বছৰীয়া ছাত্ৰী ডিম্পল কমোৱাতৰ হত্যাকাৰীক অবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক,গুৱাহাটীৰ উজান বজাৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল কমোৱাতৰ নৃশংস হত্যাৰ লগত জড়িত অপৰাধীসকলক অবিলম্বে গ্ৰেপ্তাৰ কৰক আৰু ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান এগৰাকী মাতৃৰ

● নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালগুচিৰ এটি পৰিয়ালে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজ তথা দল সংগঠনৰ লগতে...

কৃষ্ণাইত ৰে’লৰ খুন্দাত বৃদ্ধাৰ মৃত্যু

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱত আজি নিচেই পুৱা...

কৃষক বিদ্ৰোহৰ সমৰ্থনত ৰঙিয়াত চিআইটিইউৰ তীব্ৰ প্ৰতিবাদ

● প্ৰতিবেদক,ৰঙিয়া● দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো আজি চি আই টি ইউৱে এক প্ৰতিবাদী কাৰ্যসূচী...
Exit mobile version