21 C
Guwahati

জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট

- Advertisement -

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই একাউণ্টৰ ভিতৰত ৩০ কোটিৰো অধিক মহিলা অর্থাৎ ৫৫ শতাংশ মহিলাই অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংক একাউণ্ট থকা দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকক ইয়াৰ অধীনত সামৰি লোৱাৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশত ২২ কোটিৰো অধিক লোক প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু ৪৯ কোটি লোকে প্রধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯...

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি...

Unforgettable Melodies: A Concert Experience That Will Rock Your...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯...

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু...
Exit mobile version