21 C
Guwahati

২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তী বাজেট দাখিলৰ পাছত উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

- Advertisement -

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তী বাজেট দাখিল কৰাৰ পাছতে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাত বিত্তমন্ত্ৰীয়ে ২০২৪-২৫ বৰ্ষৰ বাবে চৰকাৰৰ আনুমাণিক আয় আৰু ব্যায় সন্দৰ্ভত বিবৃতি দাখিল কৰে। ২০২৪ বৰ্ষৰ বাবে বিত্ত বিধেয়কো লোকসভাত দাখিল কৰা হয়। ইয়াৰ পাছতে সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত কৰা হয়। ৰাজ্যসভাত বিত্তমন্ত্ৰীয়ে অন্তৱৰ্তী বাজেটৰ প্ৰতিলিপি দাখিল কৰে। পাছত সদনৰ কাৰ্যক্ৰমণিক দিনটোৰ বাবে স্থগিত ৰখা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

SBI : ভাৰতীয় ষ্টেট বেঙ্কে ৫ বছৰীয়া বিনিয়োগৰ ওপৰত...

● দৈনন্দিন বা মহিলী উপাৰ্জনৰ ৰাহি কৰিব নিবিচাৰা লোক হয়তো কোনো নাই। আৰু এনে ক্ষেত্ৰত যদি আপুনি...

আগন্তুক ৪ বছৰত জিডিপিত ২০ শতাংশ অৰিহণা যোগাব দেশৰ...

■ভাৰতীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰযুক্তিগত খণ্ডৰ ■আগন্তুক ৪ বছৰত জিডিপিত ২০ শতাংশ অৰিহণা যোগাব দেশৰ টেকনঅ'লজিয়ে ■ডিজিটেল অৰ্থনীতিয়ে গ্ৰাম্য...

The Interior Design Likely to Transform Your Home

To understand the new smart watched and other pro devices of recent focus, we should look to...
Exit mobile version