26 C
Guwahati

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

- Advertisement -

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি সম্বৰ্ধনা জনায় অসম চাইক্লিং সন্থাই।

অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মুখ্য প্ৰশিক্ষক নৰেন্দ্ৰ সিং, সহকাৰী প্ৰশিক্ষক মাইয়ং পেটেল অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড° তপন দাসকে প্ৰমুখ্যে কৰি কেইবাজনো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতাত পদক অৰ্জন কৰা খেলুৱৈ দেৱী চাবুকধৰা, টিংকল গগৈ, বিস্মিতা শৰ্মা, ৰূপজ্যোতি কটকীক সম্বৰ্ধনা জনোৱা হয়।

অসম চাইক্লিং সন্থাৰ যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটোত উৰিষ্যাত হবলগীয়া ৰোড চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলক অভিনন্দন জনোৱা হয়। চমু অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা...

■অসমৰ গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰতিজন শিশুৰ মুখত আবৃত্তিৰ অমৃত যোগান ধৰা, অসমীয়া আবৃত্তি প্ৰশিক্ষণৰ লগত জড়িত...

ৰাজস্থানত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় আৰ্চাৰী...

গুৱাহাটীঃ যোৱা ১৪ ৰ পৰা ১৭অক্টোবৰলৈ মন্দেশ্বৰী বিদ্যা নিকেতন, বাঞ্চৱাড়া, ৰাজস্থানত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্...

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত শনিবাৰে দুপৰীয়া জাগীৰোডত অসমৰ প্ৰথমটো...
Exit mobile version