25.5 C
Guwahati

নাৰায়ণপুৰৰ ধুনাগুৰিত অলি অয়ে লিগাংৰ পুৰ্ণ প্ৰস্তুতি

- Advertisement -

♦ নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাঃ ক্ৰমে দিন চমু চাপি আহিছে মিচিং সম্প্ৰদায়ৰ উৎসৱ অলি আয়ে লিগাং। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ মিচিং জনগোষ্ঠী অঞ্চল সমূহটো দেখা গৈছে আলি আয়ে লিগাংৰ ব্যাপক প্ৰস্তুতি। নাৰায়ণপুৰৰ জামুগুৰি, ধুনাগুৰিকে ধৰি বহু ঠাইত আলি আয়ে লিগাংৰ উদ্‌যাপনৰ প্ৰস্তুতি বাতৰি আহিছে।

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উৎযাপন কৰা আলি আয়ে লিগাংৰ বাবে জিলাখনৰ ধুনাগুৰিৰ নৈ পৰীয়া মিচিং সম্প্ৰদায় লোক সকলৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ন কৰিছে। সম্প্ৰতি ক’ভিদ পৰিস্থিতি আৰু চৰকাৰী SOPৰ বাবে বিগত দুটা বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠুপিয়াকৈ আয়োজন কৰা হৈছে যদিও আলি আয়ে লিগাংৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰস্তুত কৰিছে মিচিং লোক সকলে। ঐনিতমৰ তালে তালে নাচি বাগি অনন্দত মতলিয়া হোৱা দেখা গৈছে মিচিং জিয়ৰী বোৱাৰী সকলক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ

    বন বিভাগৰ বন বিষয়াক ৰদ-বদলৰ তালিকা প্ৰকাশ কোন বিষয়াক ক'ত নিযুক্তি লাভ কৰিলে মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ পাছতে ৰদ বদল...

সংসদৰ শীতকালীন অধিবেশনঃ প্ৰথম দিনটোত হুলস্থুলীয়া পৰিবেশঃ লোকসভা দুপৰীয়া...

◊ সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়। বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে...

শৈক্ষিক দিশত নতুন গতি দিবলৈ পশ্চিম কামাখ্যাত শংকৰদেৱ জাতীয়...

■ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ এলেকাধীন পশ্চিম কামাখ্যা অঞ্চলটো শৈক্ষিক দিশত একেবাৰে অনগ্ৰসৰ। বিভিন্ন...
Exit mobile version