21 C
Guwahati

গড়পোটত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ মেচিনৰে ধান ৰুই কৃষকৰ মাজত কৃষি বিপ্লৱৰ জাগৰণ

- Advertisement -

♦উত্তৰ হাজোৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত গড়পোট গাৱঁত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ অধীনত উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰে ধানৰোৱা মেচিনৰে ধানৰুই স্থানীয় কৃষকৰ মাজত কৃষি বিপ্লৱৰ জাগৰণ আনে৷ উল্লেখযোগ্য যে, বিভিন্ন ঠাইত ধানৰোৱা মেচিনৰে পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই যথেষ্ট লাভবান হোৱা দেখা গৈছে৷

আজি গড়পোটত ড০ ইলাক্ষী ডেকাই মেচিনৰে ধানৰোৱা কাৰ্য্যসূচী মুকলি কৰি কয় যে, বানে গৰকা পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই কৃষক সকল যথেষ্ট উপকৃত হ’ব আৰু হৈছে৷ তেওঁলোকে আশা কৰা মতে গড়পোট গাৱঁৰ কৃষক সকলে বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰিলে যথেষ্টভাবে উপকৃত হ’ব আৰু কৃষকসকলে 97077-62589 নম্বৰত যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব বুলি উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হ’ব লোকমান্য তিলক ৰাষ্ট্ৰীয়...

● প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিনজোৰা ভ্ৰমণসূচীৰে ৰে'লযাত্ৰাৰে মহাৰাষ্ট্ৰৰ পুনেলৈ ভ্ৰমণ কৰিব। তেওঁ পুনে মেট্ৰ' প্ৰথম পৰ্যায়ৰ দুটা...

ইঞ্জিন যুক্ত নাও বন্ধ : বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ :

    ইঞ্জিন যুক্ত নাও বন্ধ : বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ : যোৰহাটৰ নিমাতী ঘাটত হোৱা নাও দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে এক...
Exit mobile version