32.2 C
Guwahati

শিৱসাগৰত দৰিকা দলঙৰ দুই মূৰৰ কামত ব্যাপক অনিয়ম

- Advertisement -

♦বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ হাঁহচৰা আৰু ডিমুৱালৰ মাজত দৰিকা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও পূৰ্ণ নহ’ল দুই মূৰৰ মাটিৰ কাম৷ প্ৰায় দুই কোটি পাঁচ লাখ টকাৰে নিৰ্মাণ কৰা এই দৰিকা দলংখনৰ দুইমূৰৰ আধাৰুৱা কামে ৰাইজক এতিয়া চিন্তিত কৰি তুলিছে৷ ইতিমধ্যে পকীৰ কাম সম্পূৰ্ণ হোৱা দলঙখনৰ দুইমূৰত দেখা গৈছে বৃহৎ ফাঁট৷ উল্লেখনীয় যে এই পথচোৱাৰ নাতিদূৰৈত ডিমুৱাল বিদ্যাভৱন অৱস্থিত আৰু বৰষুণ দিলে পথচোৱাইদি চাইকেল নতুবা আন বাহন তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিপদজনক হৈ পৰে৷ জনসাধাৰণক সম্ভাব্য সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ সচেতন ৰাইজে জিলা উপায়ুক্তৰ হস্তক্ষেপৰ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰঙাপৰা মহাবিদ্যালয়ত...

◊ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা...

কৃষ্ণাইত কৰ’নাৰ প্ৰট’কল ধোঁৱা চাঙতঃৰাইজক সজাগ হ’বলৈ আহ্বান সচেতন...

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ দেশৰ লগতে ৰাজ্য খনত কৰ’না পজিটিভ ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি...

অসম ফুটবল খেলুৱৈ সন্থাৰ নতুন সভাপতি জুৱেল বে, সম্পাদকৰ...

গুৱাহাটীঃ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে, আনহাতে...
Exit mobile version