25.5 C
Guwahati

গড়পোটত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ মেচিনৰে ধান ৰুই কৃষকৰ মাজত কৃষি বিপ্লৱৰ জাগৰণ

- Advertisement -

♦উত্তৰ হাজোৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত গড়পোট গাৱঁত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ অধীনত উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰে ধানৰোৱা মেচিনৰে ধানৰুই স্থানীয় কৃষকৰ মাজত কৃষি বিপ্লৱৰ জাগৰণ আনে৷ উল্লেখযোগ্য যে, বিভিন্ন ঠাইত ধানৰোৱা মেচিনৰে পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই যথেষ্ট লাভবান হোৱা দেখা গৈছে৷

আজি গড়পোটত ড০ ইলাক্ষী ডেকাই মেচিনৰে ধানৰোৱা কাৰ্য্যসূচী মুকলি কৰি কয় যে, বানে গৰকা পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই কৃষক সকল যথেষ্ট উপকৃত হ’ব আৰু হৈছে৷ তেওঁলোকে আশা কৰা মতে গড়পোট গাৱঁৰ কৃষক সকলে বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰিলে যথেষ্টভাবে উপকৃত হ’ব আৰু কৃষকসকলে 97077-62589 নম্বৰত যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব বুলি উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

নলবাৰীত ‘জল জীৱন মিছন’ৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সক্ৰিয় গ্ৰাম্য...

■ ভাৰত চৰকাৰে আগন্তুক ২০২৪ চনৰ সময় সীমাৰ ভিতৰত দেশৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে বিশুদ্ধ আৰু...

মেজি আমাৰ পৰম্পৰাগত অগ্নি পূজা ৰাজশ্ৰী সেনাপতি গগৈ

  "অগ্নিং প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হুতাশনং সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ" এই মন্ত্ৰ মেজি জ্বলোৱাৰ সময়ত শ্ৰদ্ধাৰে অগ্নি দেৱতাক নিবেদন...

টিহুত অন্ধবিশ্বাস–কুসংস্কাৰৰ বিৰূদ্ধে ৰাইজমেল

♦নলবাৰীঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত টিহু উন্নয় খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ১৪ ফেব্ৰুৱাৰীত...
Exit mobile version