19 C
Guwahati

বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা

- Advertisement -

♣ শিৱসাগৰ বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা
শিৱসাগৰ বকতাৰ বৰদেওশালত ফ্ৰা-লঙঃমৌঙসংস্থাৰ উদ্যোগত তাই আহোমৰ ৰীতি-নীতিৰে উপৰিপুৰুষক স্মৰণ কৰি দুগৰাকীকৈ অসমৰ খেলুৱৈক উৎসাহ যোগোৱো আৰু অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ পূজা-অৰ্চনা কৰা হয়।

অলম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে অসমলৈ সুনাম কঢ়িয়াই ভাৰত তথা অসমৰ হৈ সোণৰ পদক কঢ়িয়াই আনিবলৈ আৰু চেপনৰ পৰ্বতাৰোহণকাৰী নৱ ফুকনে ৰাচিয়ালৈ পৰ্বতাৰোহণ কৰিবলৈ গৈ যাতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় সেই উদ্দেশ্যেৰে বকতা বৰদেওশালত তাই আহোমৰ ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰি এই পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

গোৱালপাৰাত সক্ৰিয় নকল টকাৰ ব্যৱসায়ী চক্ৰঃ আগিয়া আৰক্ষীয়ে জব্দ...

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ মাজতে গোৱালপাৰা জিলাত পুণঃ সক্ৰিয় হৈৈ উঠিছে নকল...

মন্ত্ৰী ভবেশ কলিতাই একেটা দিনতে শুভাৰম্ভ কৰিলে কেবাটাও পথৰ

■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়াৰ...

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন...

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন ১৫ ডিচেম্বৰলৈ...
Exit mobile version