19 C
Guwahati

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ডঃ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সুনাম অৰ্জন লাকুৱাৰ ইয়াচমিন আহমেদেৰ

- Advertisement -

● অহা অক্টোবৰ মাহত শ্বিলঙত দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা।

শিৱসাগৰ জিলাৰ লাকুৱাৰ এগৰাকী দৰিদ্ৰ, পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছাত্ৰীগৰকীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লাকুৱা অঞ্চলৰ লগতে লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়,নাজিৰা মহকুমা তথা সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।

 

Improvise Climbing Wheel Chair আৱিস্কাৰ কৰি যুৱ বিজ্ঞানীৰূপে প্ৰথম হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াচমিন আহমেদে৷

 

ইয়াচমিন আহমেদে প্ৰতিবন্ধী তথা বিশেষভাবে সক্ষম ব্যক্তিয়ে পকীঘৰৰ খটখটিয়েদি বগাই যাব পৰা হুইল শ্বেয়াৰ উদ্ভাৱন কৰি ভাৰতৰ শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত বিশেষ স্হান দখল কৰিছে।

লগতে ইয়াচমিনে অসমৰ প্ৰথম স্হান দখল কৰি সমগ্ৰ লাকুৱা অঞ্চলৰ লগতে শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়ালে সোনৰ...

● তেজপুৰত অনুষ্ঠিত ৩৮সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হল সোনৰ পদক।শোণিতপুৰ...

বিতৰ্কিত বিধয়াক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

দিচপুৰ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে শ্বেৰমান আলিক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বহীদক অপমান কৰিছিল শ্বেৰমান আলীয়ে বৰ্তমান পানবজাৰ আৰক্ষীৰ...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন

♦ নলবাৰী : বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো বহু বছৰ নোহোৱা হৈছিল । অসম আন্দোলনেহে তেওঁক অনন্য ৰূপত উলিয়াই...
Exit mobile version