23 C
Guwahati

শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়ালে সোনৰ পদক

- Advertisement -

● তেজপুৰত অনুষ্ঠিত ৩৮সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হল সোনৰ পদক।শোণিতপুৰ জিমৰ উদ্যোগত যোৱা ২০ আৰু ২১ নবেম্বৰ তাৰিখত তেজপুৰৰ অসমীয়া ক্লাৱৰ অনুষ্ঠিত প্ৰতিযোগিতাৰ ভাৰত্তোলন শাখাৰ ৬৭ শিতানত জেষ্ঠ্য শাখাত ৰঙাপৰাৰ জুমৰাত আলিয়ে সোনৰ পদক অৰ্জন কৰে। ভাৰত্তোলন শাখাৰ ৫৫ কেজি শিতানৰ কনিষ্ঠ শাখাত জিন্টু ৰাম বড়োয়ে সোনৰ পদক লাভ কৰে। প্ৰতিযোগিতাৰ শক্তি উত্তোলন শাখাৰ ৭৪ শিতানৰ দিলীপ গুৰুংয়ে মাষ্টাৰ গল্ড লাভ কৰিবলৈ সক্ষম হয়।শক্তি উত্তোলন শাখাৰ ৮৩ শিতানৰ জেষ্ঠ্য শাখাত নয়ন বৰাই সোনৰ পদক লাভ কৰে। প্ৰতিযোগীসকলে ৰঙাপৰাৰ ছাই পাৱাৰ ফিটনেছ জিমৰ ছালামত দেৱানৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

‘The Indian Slow Cooker’ Debunks All Kinds of Indian...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

গৌৰীপুৰৰ মাটিয়াবগত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৮ তম মৃত্যু...

  গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী গৰাকীৰ নৱনিৰ্মিত পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি...

অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত:Video

  অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত: নলবাৰী অসম খবৰ ২১ অক্টোবৰ : প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা...
Exit mobile version