24 C
Guwahati

অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত:Video

- Advertisement -

 

অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত:

নলবাৰী অসম খবৰ ২১ অক্টোবৰ :
প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছে বৃস্হপতি বাৰে নলবাৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত মূল্য বৃদ্ধিৰ প্রতিবাদত ধৰ্মঘত কাৰ্যসূচী ৰুপায়ন কৰে।

এই ধৰ্মঘট কাৰ্যসূচীত কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰী সকলে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক ,অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক , অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, নিবনুৱাক সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ফইজুল হক

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৩ সপ্তাহ কাৰাগাৰত থকাৰ...

■ ডিজিটেল নিউজ ডেস্ক, গুৱাহাটীঃ বোম্বাই উচ্চ ন্যায়ালয়ে ৩ সপ্তাহতকৈও অধিক সময় কাৰাগাৰত থকাৰ পিছত আৰিয়ান খানক...

নলবাৰীৰ কোভিড ভেক্সিন চেন্টাৰত উত্তপ্ত পৰিস্থিতি ভেক্সিনত বিসংগতিৰ অভিযোগ...

♦ আজি নলবাৰী ছোৱালী হাইস্কুল ভেক্সিন চেন্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়! একাংশই অভিযোগ উত্থাপন কৰিছে যে দীঘলীয়া শাৰী...

2019 Met Gala, Photos and Updates With Harry Styles,...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...
Exit mobile version