19 C
Guwahati

অসম খবৰৰ বাতৰিৰ প্ৰভাৱঃ দিখৌৰ গৰাখহনীয়া ৰোধিবলৈ তাৎক্ষণিক তৎপৰতা জলসম্পদ বিভাগৰ

- Advertisement -

● অসম খবৰৰ বাতৰিৰ প্ৰভাৱ। শিৱসাগৰত দিখৌ গড়া খহনীয়া ৰোধ কৰিবলৈ বিশেষ তৎপৰতা জলসম্পদ বিভাগৰ। কিন্তু এই কামত সন্তুষ্ট নহয় স্থানীয় বাসিন্দা।

■ যোৱা ২৯ তাৰিখত প্ৰকাশ পাইছিল আমাৰ এক বিশেষ প্ৰতিবেদন। শিৱসাগৰ জিলাৰ হাঁহচৰা মণিপুৰী তিনিআলিত দিখৌ নৈৰ ব্যাপক গড়া খহনীয়া ৰোধ কৰিবলৈ চেষ্টা ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ।

 

কিন্তু সন্তুষ্ট নহয় স্থানীয় ৰাইজ। বিভাগৰ তৰফৰ পৰা বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিলেও কেৱল মাত্ৰ এখন পলিথিন দি দিখৌ নৈৰ গড়াখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰা কাৰ্য্যক এক মুখে ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে।

লগতে বিভাগীয় মন্ত্ৰী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক উক্ত গড়া খহনীয়াৰ ওপৰত দৃষ্টি ৰাখি ৰাজ্যৰ জলসম্পদ বিভাগে যাতে শীঘ্ৰে উক্ত স্থানত উন্নত মানদণ্ডৰে স্থায়ীভাৱে মেৰামতি কৰে তাৰেই দাবী জনাইছে স্থানীয় ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

আজিৰ পৰা ডাকঘৰ-এটিএম কাৰ্ড আৰু লেনদেনকে ধৰি একাধিক নিয়ম...

● কি কি নিয়ম সলনি কৰা হৈছে সবিশেষ তথ্য চাওঁক ■ নতুন দিল্লীঃ আপোনাৰ ডাকঘৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ...

টিহুৰ সুৰভি গোষ্ঠীৰ দ্বিবাৰ্ষিকপূৰ্ণ অনুষ্ঠান সম্পন্ন ★ একেলগে চাৰিখন...

■ নলবাৰী : নলবাৰী জিলাৰ টিহুৰ পখুৰা লখোপুৰ প্ৰাথমিক বিদ্যালয়ত আজি ‘এজাক পখীৰ কাকলি’, ‘মাছমৰীয়া ছোৱালী’, ‘সপোন’...

বন বিভাগৰ আজৱ কাণ্ড : মৃত বন বিষয়াক দিলে...

  এই বাৰ বন বিভাগত ঘটিল অঘটন । এমাহ পূৰ্বে মৃত্যু হোৱা বন বিষয়াক দিলে বন বিভাগৰ সচীবে...
Exit mobile version