24.4 C
Guwahati

মিজোৰামৰ বিৰুদ্ধে যুৱ ছাত্ৰ-পৰিষদৰ আন্দোলনৰ হুংকাৰ, মুখ্যমন্ত্ৰীৰ পক্ষত যুৱ ছাত্ৰ পৰিষদ

- Advertisement -

■ মিজোৰামলৈ যোৱা সকলো পথ বন্ধ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ নলবাৰীত এই হুংকাৰ।নলবাৰীত আজি অনুষ্ঠিত সংগঠনটোৰ এখনি সভাত লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য ছাত্ৰ নেতা গৰাকীৰ।

আনহাতে তেওঁ মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ-ছাত্ৰ পৰিষদ মুখ্যমন্ত্ৰীৰ লগত আছে।

তেওঁ কেন্দ্ৰীয় চৰকাৰক অতিশীঘ্ৰে সীমা বিবাদ নিষ্পত্তি কৰাৰ দাবী উত্থাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

দেহাৰকুছিত চি আৰ পি জোৱানৰ গৃহত চুৰিকাণ্ড

চোৰে লুটি নিলে নগদ ধনসহ প্ৰায় ১২ তোলা সোণৰ অলংকাৰ ঘগ্ৰাপাৰ আৰক্ষী, চি আৰ পি এফ...

বিশ্বনাথ অৱকাৰী অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান :

  বিশ্বনাথ অৱকাৰী অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান : বিশ্বনাথ ২৯ জুন : শোণিতপুৰ জিলা অধিনৰ বিশ্বনাথ মহকুমা আৱকাৰী...

ৰঙাপৰা মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

♦ এয়া যেন উৎসৱৰ বতৰ৷ দুৰ্গা পূজা, দীপাৱলী, কাতি বিহুৰ পিছত এইবাৰ আহিল ৰঙাপৰা মহোৎসৱ৷ অঞ্চলটোৰ সৰ্বত্ৰে...
Exit mobile version