19 C
Guwahati

শিৱসাগৰ নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ

- Advertisement -

■ শিৱসাগৰ নাজিৰা নগৰৰ কাষতে লাগি থকা ১নং ৱাৰ্ডৰ পুতু দাস নামৰ ব্যক্তিৰ বাসগৃহত বিধ্বংসী অগ্নিকাণ্ড।

স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত । বাৰে বাৰে খবৰ দিয়া পাছত ও অগ্নি নিৰ্বাপক বাহনী বহু পলমকৈ আহাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে।

এটা চাকিৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ইয়াৰ পাছতে চিলিণ্ডাৰ বিষ্ফোৰণ হৈ যোৱাৰ পাছত জুইৰ পৰিমাণ বৃদ্ধি হৈ যায় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত জুই নোমোৱাবলৈ সক্ষম হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ আগতেই স্থানীয় ৰাইজে জুই নোমোৱাবলৈ সক্ষম হয় যদিও পুতু দাস নামৰ ব্যক্তি গৰাকীৰ ঘৰ সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মিভূত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

■ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীঃ দেওবাৰে নিশা নলবাৰী জিলাৰ মাজমজিয়াত আছুকৰ্মীৰ ওপৰত অচিনাকী দুৰ্বৃত্তইই কৰা আক্ৰমণ...

অক্টোবৰ মাহত কেৱল ১০ দিন বেংক খোলা, কিন্তু কিয়?

■■ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ (আৰবিআই) বন্ধৰ কেলেণ্ডাৰ অনুসৰি সকলো ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বেংক এই মাহত ২১...

দেশৰ সামৰিক বিষয়াসকলক বীৰত্ব বঁটাৰে সন্মানিত ৰাষ্ট্ৰপতি কোবিন্দৰ; অভিনন্দন...

■ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা অলংকাৰ অনুষ্ঠানত অদম্য সাহস আৰু কৰ্তব্যৰ প্ৰতি চৰম আনুগত্য...
Exit mobile version