20 C
Guwahati

দেশত কোভিড-১৯ৰ টিকাকৰণৰ সীমা ৯৭ কোটিৰ অতিক্ৰম

- Advertisement -

■ ভাৰতৰ কোভিড-১৯ৰ টিকাকৰণ কভাৰেজে ইতিমধ্যে ৯৭ কোটিৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমানলৈকে ৯৭ কোটিতকৈও অধিক ১১ লাখ ২০ হাজাৰ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বৃহস্পতিবাৰে ২৭ লাখ ৬২ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20 ° C
20 °
20 °
73 %
1.6kmh
44 %
Thu
20 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙিয়াত অসম জাতীয় পৰিষদৰ অৱস্থান

■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || লাইকা দধিয়া বাসীৰ পুনৰ সংস্থাপনৰ দাবীত আজি অসম জাতীয় পৰিষদৰ...

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ দীপেন মেধিয়ে

আজাৰাঃ ভিয়েটনামত অলপতে অনুষ্ঠিত হৈ যোৱা "আইৰণমেন ট্ৰাইথল'ন " আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আইৰণমেন খিতাপ অৰ্জন কৰি ৰাজ্যৰ...

বছৰৰ প্ৰথমটো বানত শিৱসাগৰ বকতাত কুৰিখনতকৈ অধিক গাঁও জলমগ্ন

♦ শিৱসাগৰ জিলাৰ বকতাত দিচাং আৰু দিৰৈ নদীৰ ওভতনি বানে পশ্চিম বকতাৰ কুৰিখনতকৈ অধিক গাঁও জলমগ্ন কৰিছে।...
Exit mobile version