33 C
Guwahati

পাঁচখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ প্ৰথম দিনত প্ৰথম ইনিংছত ৬টা উইকেট হেৰুৱাই ভাৰতৰ ৩৩৬ ৰাণ সংগ্ৰহ

- Advertisement -

♦ ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত পাঁচখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত ছটা উইকেট হেৰুৱাই ৩৩৬ ৰাণ কৰিছে। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে টেষ্ট ক্ৰিকেটত নিজৰ দ্বিতীয়টো শতক অৰ্জন কৰে। দিনান্তত জয়ছোৱাল ১৭৯ ৰাণ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ সৈতে ৫ ৰাণ কৰি ৰবীচন্দ্ৰন অশ্বীন উইকেটত আছে। অধিনায়ক ৰোহিত শৰ্মাই ১৪ ৰাণ কৰি আউট হোৱাৰ পাছত শুভমন গীলে ৩৪, ৰজত পাটীদাৰে ৩২ ৰাণ কৰে। শ্রেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলে ২৭ ৰাণকৈ কৰি আউট হয়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
34.9 ° C
34.9 °
34.9 °
25 %
5.3kmh
44 %
Mon
37 °
Tue
37 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

অসম ডনব’স্ক’ বিশ্ববিদ্যালয় আৰু কিৰণ একাডেমী,ধেমাজিৰ উদ্যোগত অনলাইন কেৰিয়াৰ...

♦অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগ (https://www.dbuniversity.ac.in/Mechanical-Engineering.php) আৰু ধেমাজিৰ কিৰণ একাডেমী(http://www.kiranacademydmj.in)ৰ উদ্যোগত এখন...

Remember! Bad Habits That Make a Big Impact on...

To understand the new smart watched and other pro devices of recent focus, we should look to...

চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ চুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম...

উত্তৰ গুৱাহাটীঃ কৰ্ণাটকৰ উদুপি জিলাৰ পাদুবিদ্ৰী, ব্লু ফ্লেগ এণ্ড পইণ্ট বীচত অহা ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত...
Exit mobile version