29 C
Guwahati

টুকুৰা শ্মশানত পকী খটখটীৰ শুভ উদ্বোধন

- Advertisement -

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থনাৰ অন্তৰ্গত টুকুৰা ৰাজহুৱা শ্মশানত শিৱৰাত্ৰিৰ দিনাখনেই নৱ নিৰ্মিত এটা পকী চিৰিৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰাা হয় ৷ উদ্বোধন কৰে শ্মশান পৰিচালনা সমিতিৰ সভাপতি অসীম চক্ৰৱৰ্তীয়ে৷

উল্লেখ যোগ্য যে, টুকুৰা ৰাজহুৱা শ্মশানত শৱ দাহ কৰিবলৈ অহা লোক সকলে এটা চিৰি নথকাৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধা ভোগ কৰি আহিছিল ৷ শেহতীয়াকৈ পাইকানৰ শিক্ষক দম্পতী চন্দন চক্ৰৱৰ্তী আৰু ভাস্বতী শৰ্মাৰ প্ৰয়াত পিতৃ-মাতৃ মণিকান্ত দেৱ শৰ্মা আৰু ধনদা শৰ্মাৰ স্মৃতিত টুকুৰা শ্মশানত শব দাহ কৰিবলৈ আহা লোকসকলোৰ সুবিধাৰ বাবে পকী চিৰি নিৰ্মাণ কৰি দিয়ে৷

সেই খটখটীটোয়ে শিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত ৰাইজৰ ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰে৷ চক্ৰবৰ্তী দম্পতীৰ এই মহানুভৱতাত স্থানীয় ৰাইজৰ লগতে শ্মশান পৰিচালনা সমিতিয়ে সন্তোষ প্ৰকাশ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
53 %
3kmh
95 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
33 °

More like this

টিহুত ‘ফাগুনৰ ধূলিয়ৰি বতৰত কবিতাৰ মেল’ শীৰ্ষক কবি সন্মিলন...

♦টিহু মহকুমা কবি সন্মিলন গঠন নলবাৰী : টিহু মহকুমাৰ টিহু হৰি মন্দিৰৰ অনুৰাধা ডেন্স একাডেমিৰ আখৰাগৃহত ১৪ ফেব্ৰুৱাৰীত...

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে উত্তৰ-পূৱত ৰাগবি খেলঃ...

গুৱাহাটীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে ক্ৰীড়াপ্ৰেমীয়ে দুবিধ নতুন খেলৰ ৰোমাঞ্চ ল’ব পাৰিছে৷...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত কুমাৰ ভাস্কৰ বৰ্মা দিৱস...

◊৫০ বছৰ পাছত অসমীয়া ভাষাৰ অৱস্থা টান নৰিয়াৰপৰা উঠা মানুহৰদৰে থৰক্‌বৰক্‌ হ’ব— ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য ♦নলবাৰীঃ নলবাৰী...
Exit mobile version