20 C
Guwahati

ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা

- Advertisement -

♦নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী: আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ, সোঁহাত চৰুপ ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়,সভাত সভাপতিত্ব কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলীয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপজ্যোতি বৰুৱাই,সভাত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিৎ খাউদ,আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ লগতে ভালেসংখ্যক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মাই বিভিন্ন দিশ সামৰি ভাষণ ৰাখে, তেওঁ ভাষণ প্ৰশংগত কয় যে, এইয়া হৈছে নিৰ্বাচনৰ বতৰ, নিৰ্বাচনৰ সময়ত যাতে, কোনো ধৰনৰ অপসক্তিয়ে আমাৰ মাজত সোমাই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত বেয়া প্ৰলেপ সানিব নোৱাৰে তাৰ বাবে আমি সকলোৱে চকু দিয়া উচিত। সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন,আমি ৰাজনিতিত নাই,আমি অহিংস নীতিৰে আগবাঢ়ি যাম,ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কৈ সাহসেৰে আগবাঢ়ি যাম।
ঘগ্ৰাপাৰ আঞ্চলৰ শৈক্ষিক সামাজিক বিভিন্ন ধৰণৰ সমস্যা কেনেদৰে সমাধান কৰি অঞ্চলতোক কেনেদৰে আগবঢ়ায় নিব পাৰি,আজিৰ এই কাৰ্য নিৰ্বাহক সভাত আলোচনা কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই।


LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
19 ° C
19 °
19 °
76 %
2.1kmh
0 %
Fri
19 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Gender-fluid Clothing Is Finally Having Its Fashion Moment

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

Inspection 35 nos. of Mutton, Poultry & Fish Shops...

Today Under the leadership of Veterinary officer GMC along with veterinary staff, Enforcement Branch, Veterinary Officer From...

থানাত গোচৰ পঞ্জীয়ন নহ’লে কি কৰিব?

♦ প্ৰশ্নটোৰ সমিধানত ক’ব পাৰিঃ আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপক। যুগান্তকাৰী অসম আৰক্ষী আইন ২০০৭ ত দায়বদ্ধতা...
Exit mobile version