26 C
Guwahati

দেওবাৰে আইপিএলৰ ফাইনেল খেলঃ কলকাতা নাইট ৰাইডাৰ্ছ নে ছানৰাইজাৰ্ছ হায়দাবাদ!

- Advertisement -

ছানৰাইজাৰ্ছ হায়দাবাদ কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে কলকাতা নাইটৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দাবাদক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
25.2 ° C
25.2 °
25.2 °
44 %
5.4kmh
34 %
Mon
24 °
Tue
35 °
Wed
36 °
Thu
37 °
Fri
36 °

More like this

ৰাজস্থানত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় আৰ্চাৰী...

গুৱাহাটীঃ যোৱা ১৪ ৰ পৰা ১৭অক্টোবৰলৈ মন্দেশ্বৰী বিদ্যা নিকেতন, বাঞ্চৱাড়া, ৰাজস্থানত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্...

পেৰিছ অলিম্পিকঃ শ্বুটিঙত ২টা অলিম্পিক পদক বিজেতা মনু ভাকৰে...

◊ পেৰিছ অলিম্পিকত আজি ভাৰতৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা আৰ্চাৰীৰ দলীয় মিক্সড শিতানত ব্রঞ্জ পদকৰ খেলত...

আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতীয় দলৰ সোণৰ পদক...

■ কোৰিয়াৰ য়েচেওনত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ অদিতি স্বামী, জ্যোতি সুৰেখা ভেন্নাম আৰু পানীত...
Exit mobile version