24.4 C
Guwahati

বিলাসীপাৰা মহকুমাধিপতি(অ) কাৰ্যালয়ৰ সভাকক্ষত চৰকাৰী নিৰ্দেশনাসমূহ মানি চলি ভাতৃত্ববোধেৰে ঈদ-উদ-জোহা পালন কৰিবলৈ আহ্বানেৰে বৈঠক

- Advertisement -

আজি বিলাসীপাৰা মহকুমাধিপতি(অ) কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ২:৩০ বজাত অহা ১৭ জুনত অনুষ্ঠিত হোৱা ঈদ-উদ-জোহা উদযাপনৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ পৰিপ্ৰেক্ষিতত আইন-শৃখলা বজায় ৰাখিবৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। আজি বিলাসীপাৰা মহকুমাধিপতি(অ) কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ২:৩০ বজাত অহা ১৭ জুনত অনুষ্ঠিত হোৱা ঈদ-উদ-জোহা উদযাপনৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ পৰিপ্ৰেক্ষিতত আইন-শৃখলা বজায় ৰাখিবৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।

অনুষ্ঠানত বিলাসীপাৰা মহকুমাৰ ৰাইজৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ পৰিপ্ৰেক্ষিতত আইন-শৃখলা বজায় ৰাখিবৰ বাবে মহকুমা আৰক্ষী বিষয়া সকলৰ সৈতে বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাধিপতি(অ)তথা ভা:প্ৰ:বিষয়া শ্ৰীমতী সৃষ্টি সিঙে সভাপতিত্ব , কয় যে চৰকাৰী নিৰ্দেশনাসমূহ মানি চলি ভাতৃত্ববোধেৰে ঈদ-উদ-জোহা পালন কৰিবলৈ আহ্বান জনায় ।উক্ত সভাত উপস্থিত থাকে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া শ্ৰীমতী চাৰি লালৰূটকিম লাংটাউ, চাপৰ ৰাজহ চক্ৰ বিষয়া শ্ৰী শশীভূষণ ৰাজকোঁৱৰ, বিলাসীপাৰা নিৰ্বাচনী বিষয়া শ্ৰীৰৌশিনুল আলম, সহকাৰী আয়ুক্ত তথা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীজিয়াউৰ ৰহমান, মহকুমা আৰক্ষী বিষয়া শ্ৰীৰজত পাল আৰু সমূহ ঈদগাহ কমিটীৰ সদস্যসকলৰ বহুতো গণ্য মাণ্য ব্যক্তিৰ সকলে উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

লিডু শাখা সাহিত্য সভাৰ ৰাজহুৱা সভা

দেৱজিত বৰাঃ আজি লিডু শাখা সাহিত্য সভাৰ এখনি জৰুৰী ৰাজহুৱা সভা লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনত...

The Evolution of Gaming: Exploring the Rise of PC,...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ অধিৱেশন সম্পন্ন

গুৱাহাটীঃ সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কাৰ্বি আংলঙৰ ডিফু চহৰত ১৩, ১৪ আৰু ১৫ ডিচেম্বৰত...
Exit mobile version