31 C
Guwahati

USTM ৰ বাবে ভাল খবৰ

- Advertisement -

শেহতীয়াকৈ গুৱাহাটীৰ বান বিতৰ্কৰ মাজত সোমাই পৰা USTMৰ বাবে আহিছে এটা ভাল খবৰ৷ NIRFৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে৷ USTMৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তিগতখণ্ডৰ বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰিছে USTMয়ে৷ সামাজিক মাধ্যমযোগে বিশ্ববিদ্যালয়খনৰ আচাৰ্য মেহবুবুল হকে এই কথা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

পাণ্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা...

জালুকবাৰীঃ পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আই কিউ এ চি, এন এছ এছ...

দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বিভিন্ন উন্নয়নমূলক...

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন...

আগন্তুক ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ ৫...

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা অধিক...
Exit mobile version