31 C
Guwahati

শিৱসাগৰত মানুহ কেৱল মানুহ !

- Advertisement -

নগৰ মাজমজিয়াত এই মানুহ ! যেন স্তব্ধ হৈ পৰিব যাতায়ত ব্যৱস্থা! কেমেৰাৰ লেঞ্চৰ বাহিৰত মানুহ কেৱল মানুহ!

♦১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত আজি ৰাইজৰ দলৰ পদযাত্ৰা। অখিল অবিহনে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা নিৰ্বাচন সমাগত প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে শিৱসাগৰ সমষ্টিত। ব্যতিক্ৰম নহয় ৰাইজৰ দল। আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত দেখা পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।

য’ত দেখা পোৱা গৈছে কাৰাৰুদ্ধ অখিল গগৈৰ অবিহনে ৰাজপথত পদযাত্ৰাত অংশগ্ৰহণ কৰিছে সমষ্টিটোৰ হাজাৰ হাজাৰ জনতাই। জাৰপথ যেন বন্ধ হৈ পৰিছে সেই সময়ত। অখিল গগৈৰ সমৰ্থনত এনে দৃশ্য হয়তো কল্পনা কৰা নাছিল বিৰোধী পক্ষই। শাসক বিৰোধী দলৰ বাবে ই এক প্ৰত্যাহ্বান যেন হৈ পৰিছে বৰ্তমান সময়ত। অখিল গগৈৰ এই উত্থান কেনেদৰে প্ৰতিহত কৰিব বিজেপি তথা কংগ্ৰেছে সেইয়া সময়ত লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী  তাৰ চুটাৰিয়াই যুৱতী মহিলাক ছাল উজ্জ্বল...

  গুৱাহাটীৰ, ৯ অক্টোবৰ, ২০২১: পৃথিৱী খন যােৱা কেইবছৰ মানৰ পৰা দ্রুত গতিত বিকশিত হৈ আহিছে আৰু লগতে অধিক সংখ্যক...

Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী 

  Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী : শনিবাৰে গুৱাহাটীৰ মহানগৰ আদাবাৰীত Manyavar & Mohey -এটা Showroom মুকলি কৰা হৈছে...

Scientists bid Goodbye to Virus With Latest Vaccine

To understand the new smart watched and other pro devices of recent focus, we should look to...
Exit mobile version