32.2 C
Guwahati

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰী জিলাৰ টিহুৰ ছাত্ৰী সাগৰিকা গোস্বামী

- Advertisement -

♦ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে সুনাম কঢ়িয়াই আনিলে টিহুৰ সাগৰীকা গোস্বামীয়ে। নলবাৰী টিহু নিবাসী টিহু হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকাই ‘বেটী বচাও বেটী পঢ়াও’ক উৎস হিচাপে লৈ ‘গাৰ্ল ইজ গোল্ড’ নামৰ ছুটি ছবি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয়।

মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।
ছুটি ছবিখনৰ কাহিনী, পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিইজিক, কষ্টিউম ডিজাইনিং, ভইছ অ’ভাৰ, আৰু কাষ্টিং সকলো সাগৰিকা গোস্বামীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

celebrating the India 73rd Republic Day; দেশৰ সীমান্ত লাডাখত...

♦আজি গণৰাজ্য দিৱস৷ সময়ত সমগ্ৰ দেশে বিভিন্ন প্ৰান্তত ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনত সকলো ব্যস্ত হৈ আছে৷...

ৰঙিয়াত সন্ধানহীন কন্য সন্তানসহ মাতৃ

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ: ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা...

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে উত্তৰ-পূৱত ৰাগবি খেলঃ...

গুৱাহাটীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে ক্ৰীড়াপ্ৰেমীয়ে দুবিধ নতুন খেলৰ ৰোমাঞ্চ ল’ব পাৰিছে৷...
Exit mobile version