19 C
Guwahati

১৪ বছৰীয়া ছাত্ৰী ডিম্পল কামোৱাতৰ হত্যাৰ ন্যায় বিচাৰি নলবাৰীত প্ৰতিবাদ

- Advertisement -

■ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ’ য়ে ১৪ বছৰীয়া ডিম্পল কামোৱাতৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে হত্যাকাৰীয়ে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে অসম চৰকাৰক দাবী জনায় নলবাৰী চহৰৰ জিলিকনি চ’কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদ স্থলিত কৰ্মী সকলে ছাত্ৰী হত্যা ধৰ্ষণ বন্ধ কৰক, গুৱাহাটীৰ উজান বজাৰৰ ১৪ বছৰীয়া ছাত্ৰী ডিম্পল কমোৱাতৰ হত্যাকাৰীক অবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক,গুৱাহাটীৰ উজান বজাৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল কমোৱাতৰ নৃশংস হত্যাৰ লগত জড়িত অপৰাধীসকলক অবিলম্বে গ্ৰেপ্তাৰ কৰক আৰু ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

নদী বা পুখুৰীত নহয়, ব্যস্ত পথত জাল মাৰিছে দল-সংগঠনৰ...

■ মানিকপুৰৰ পাতিলাদহাত পথ মেৰামতিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ। বঙাইগাঁও জিলাৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান...

হোণ্ডা এক্সআৰই ৩০০, ৰয়েল এনফিল্ড হিমালয়ান আৰু য়ামাহা এক্সটিজেড...

● ব্যৱসায়-বাণিজ্যঃ ব্ৰাজিলত হোণ্ডা এক্সআৰই ৩০০, ৰয়েল এনফিল্ড হিমালয়ান আৰু য়ামাহা এক্সটিজেড ২৫০-ৰ মাজত প্ৰতিদ্বন্দিতা যথেষ্ট কঠিন,...

৫৪ বছৰ ধৰি অসমত বাস কৰা পৰিয়ালক বিদেশী ঘোষণা

● ভাণ্ডাৰী দাস ১৯৬৭ চনত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল। ● গুৱাহাটীঃ ভাণ্ডাৰী দাসে ১৯৬৭ চনত তেওঁৰ স্বামী আৰু...
Exit mobile version