24.4 C
Guwahati

বিধায়ক ৰঞ্জিত দত্তৰ পৰিদৰ্শন

- Advertisement -

 

বিধায়ক ৰঞ্জিত দত্তৰ পৰিদৰ্শন

অসম খবৰ ১৯ ছেপ্টেম্বৰ

দেওবাৰে বিহালীৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই PMGSY অধীনত বেদেতিৰ পৰা বিহমাৰীলৈকে নিৰ্মাণ হৈ থকা পথটিৰ কামৰ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়। উপস্থিত হৈ বিধায়ক গৰাকীয়ে পথটো নিৰ্মাণ কাৰ্য বুজ লোৱা লগতে ঠিকাদাৰ সকীয়নি দী কয় কোনো কাৰণতে দুৰ্নীতি আশ্ৰয় লব নোৱাৰিব তাৰ বাবে বিভাগীয় অভিযন্তা চোকা নজৰ দিবলৈ আহ্বান জনোৱা লগতে সময়ত পথটো নিৰ্মাণ কৰি বিভাগক অৰ্পণ কৰিবলৈ আহ্বান জনাই।

পৰ্য্যবেক্ষণ সময়ত বিধায়ক গৰাকীৰ সৈতে
উপস্থিত থাকে বিহালীৰ লোকনিৰ্মাণ বিভাগৰ সহঃঅভিযন্তা,কনিষ্ঠ অভিযন্তা,ঠিকাদাৰ তথা স্থানীয় ৰাইজ৷
ইফালে বিয়লি বটিয়ামাৰীত কৃষক ৰাইজৰ মাজত তেখেতসকলৰ সুবিধাৰ্থে ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰোঁ৷এই অনুষ্ঠানটিত জিলা কৃষি বিষয়া,গ্ৰাম সেৱক,জনপ্ৰতিনিধিসকল,কৃষক ৰাইজ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

নলবাৰীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্না

■ সমগ্ৰ ৰাজ্য ৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই...

During Period; আপোনাৰ ঋতুস্ৰাৱ চলি আছে নেকি? গা ধোৱাৰ...

👩‍💼 বহুলোকে বিষ উপশমকাৰী ঔষধ, গৰম পানীৰ বেগ বা গৰম পানীৰে গা ধোৱাৰ বাবে ঋতুস্ৰাৱৰ বিষ হ্ৰাস...

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত মিছন বসুন্ধৰা পৰ্টেলৰ ওপৰত প্ৰশিক্ষণ...

    মিছন বসুন্ধৰা আঁচনি খন যোৱা ২ অক্টোবৰত শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰে। আচঁনি খন শুভাৰম্ভ হোৱা পিছতে তৎপৰ হৈছে...
Exit mobile version