22.1 C
Guwahati

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

- Advertisement -

 

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

গমিৰি নিবাসী তথা হেলেম (খ) জিলা পৰিষদৰ সদস্যা ৰেণু ভড়ালীৰ উদ্যোগত আৰম্ভ হৈছে বিলাসী ৰেষ্টুৰেণ্টখন।

মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি কৰ্মোদ্যোগী যুৱতী-মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।”ৰাজপথ-১৫”ত উপলদ্ধ “কণ্যকা”ৰ সুস্বাদু মিঠাই আৰু উপহাৰ সামগ্ৰী।

জন্মদিন,অন্নপ্ৰসন্ন,বিবাহ-বাৰ্ষিকী আদি অনুষ্ঠিত কৰাৰ সুবিধা উপলব্ধ।

যোগাযোগৰ নম্বৰ:9678493077

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
18.1 ° C
18.1 °
18.1 °
80 %
1kmh
5 %
Thu
18 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

পৰ্বতঝোৰাৰ বগৰীবাৰীত নিচাযুক্ত দ্ৰব্যৰ কঢ়াল গ্ৰাসত যুৱ প্ৰজন্ম

■ আলী আজাত ইছলাম, বিলাসীপাৰাঃ এজন নহয় দুজন যুৱক। আলমগঞ্জৰ যুৱক সুৰুজ আলম আৰু শান্তিপুৰৰ যুৱক দুজনে...

গৰাখহনীয়াত জাহ যাবলৈ সাজু এখন চৰকাৰী বিদ্যালয়ঃ যিকোনো মুহুৰ্ততে...

♦বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয় লৈ নামি আহিছে ভয়ংকৰ বিপদ।...

কিমান সুৰক্ষিত নাৰী? ওলা চালকৰ মহিলাৰ সন্মুখত হস্তমৈথুন; শীৰ্ষ...

■ পুনৰ এক আচৰিত ঘটনা সংঘটিত হৈছে। যোৱা শুক্ৰবাৰে পুৱতি নিশা এই আচৰিত ঘটনাটো বাংগালুৰুত যাত্ৰা কৰি...
Exit mobile version