20 C
Guwahati

ভাৰতত কোভিড প্রতিষেধ প্ৰদানে ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে

- Advertisement -

■ কোভিড প্রতিষেধক প্ৰদানত সাফল্যত ভাৰত। ভাৰতত কোভিড-১৯ৰ প্রতিষেধকৰ প্ৰদানত ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে। তথ্য অনুসৰি দেশৰ জনসাধাৰণক ৮২ কোটি ৫৭ লাখ ৮০ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে, কালিৰ দিনটোত ৬৮ লাখ ২৬ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ...

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই...

Home Working Linked to Rise in Several Disorders

To understand the new smart watched and other pro devices of recent focus, we should look to...

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনস্থিত মোগল গাৰ্ডেন কাইলৈৰ পৰা ৰাইজৰ...

♦ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনস্থিত মোগল গাৰ্ডেন কাইলৈৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব। বাগিচাখন অহা...
Exit mobile version