34 C
Guwahati

অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্য মন্ত্ৰী :

- Advertisement -

 

 

গুৱাহাটীৰ অসম খবৰ ১৯ অক্টোবৰ :

ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বিভিন্ন দাবী তথা সমস্যাৰাজি সন্দৰ্ভত অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আন্তৰিকতাপূৰ্ণ এই আলোচনা কালত আমছাৰ দ্বাৰা উত্থাপিত বিষয় ৰাজি ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি এইক্ষেত্ৰত ক্ষিপ্ৰতাৰে ফলপ্ৰসূ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আলোচনা সভাত মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীয়ে।

এন এইছ এমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, যুটীয়া সচিব প্ৰণতি মজুমদাৰ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰনাথ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, অতিৰিক্ত সঞ্চালক(চিকিৎসা শিক্ষা) ডাঃ মনোজ চৌধুৰীৰ লগতে আমছাৰ হৈ সংগঠনটোৰ সভাপতি ডাঃ ননীগোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ নেতৃত্বত গঠিত ছজনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
35.7 ° C
35.7 °
35.7 °
22 %
9.3kmh
70 %
Mon
33 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ...

  নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ বিক্ষোভ নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰক,নদী বান্ধ...

টুকুৰা শ্মশানত পকী খটখটীৰ শুভ উদ্বোধন

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থনাৰ অন্তৰ্গত টুকুৰা ৰাজহুৱা শ্মশানত শিৱৰাত্ৰিৰ...

বিধায়ক জয়ন্ত মল্ল বৰুৱা লক্ষ্মী পুজালৈ শুভেচ্ছা :আৰ্থিক সাহাৰ্য...

  ফইজুল হক চৌধুৰীৰ অসম খবৰ ২০ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত...
Exit mobile version