21 C
Guwahati

জমুগুৰিহাটত ভোগালী জলপান বিপণী মুকলি

- Advertisement -

♦ মৃন্ময় শইকীয়া, তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি মুকলি হয় ভোগালী জলপানৰ বিপণী৷ চাকৰিৰ আশা নকৰি জামুগুৰিহাটৰে এজন যুবক নাম কৌশিক শইকীয়াই আজিৰ পৰা আৰম্ভ কৰিছে ভোগালী জলপানৰ এখন বিপণী৷ জামুগুৰি ডাকঘৰৰ ওচৰত আৰম্ভ হোৱা বিপনী খন বৰা চাউল কোমল চাউল পিঠ-পনা আদি অসমীয়া জাতীয় উৎসৱ বিহুৰ সকলো খাদ্য সমগ্ৰী বিপনী খনত উপলব্ধ হ’ব৷ আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ফিটা কাটি বিপনী খন উদ্ধোধন কৰা বিপৰিতে কৌশক শইকীয়াৰ পিতৃ-মাতৃ পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোক সকল উপস্থিত থাকে৷ আনহাতে এটা কথা ক’ব লাগিব যে কৌশিকৰ এই বজাৰ দখলৰ কৰ্মই ভৱিষ্যত প্ৰজন্মৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিব৷ আপোনালোকে ভোগালী জলপানৰ বাবে ৯১০১৯৭২১৯৮ নম্বৰত যোগাযোগ কৰিব পাৰে৷

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ চাম্বা জিলাত ২,৯০০ কোটি...

■ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জম্মু-কাশ্মীৰত ২,৯৪১ কোটি টকা ব্যয়েৰে সীমান্ত পথ সংস্থাৰ দ্বাৰা বিকশিত...

গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা Video

  গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা অসম খবৰ প্ৰতিনিধি গোৱালপাৰা ১৯ ছেপ্টেম্বৰ :: মৎস্য চিকাৰ মানৱ জাতিৰ এক প্ৰাচীন পৰম্পৰা...

নলবাৰীত প্ৰণীতা হালৈৰ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ কাব্যগ্ৰন্থ উন্মোচন

■ নলবাৰী : অসমৰ গৌৰৱোজ্জ্বল ইতিহাস ধৰি ৰাখিব লাগিব । ইতিহাসৰ সমলবোৰৰ বিষয়ে নতুন প্ৰজন্মক জ্ঞান দিব...
Exit mobile version