34 C
Guwahati

ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি

- Advertisement -

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মিত ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ৰাজহুৱা ভৱনটো মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই। এই ভৱন দুটাই আগন্তুক সময়ত ভক্ত প্ৰাণ ৰাইজৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আয়োজনত নিশ্চিতভাৱে সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে। এই ভৱন দুটি মুকলিৰ শুভ মূহুৰ্তত ভক্ত প্ৰাণ ৰাইজৰ লগতে বহু সংখ্যক স্থানীয় ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

কণমানি অৰিয়ন কুমাৰ বৰঠাকুৰ প্ৰতিভাত মুগ্ধ জনতা :

  সৰুৰে পৰা অৰিয়নৰ ঘৰ খনৰ লগতে অৰিয়নো শৈক্ষিক,সাংস্কৃতিক,সাহিত্য আৰু নানা বিষয়ত পাৰ্গত। কণমাণি অৰিয়ন দেৰগাঁও শিশু ভাৰতী ইংলীজ...

Look Pretty In Pink Like Hailey in Alexander Wang

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

Omicron Assam; অসমত বুধবাৰে প্ৰথমজন অ’মিইক্ৰনত আক্ৰান্ত ৰোগী চিনাক্ত

■ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনাইছে যে, অসমত প্ৰথমটো অ'মিইক্ৰনত আক্রান্ত ঘটনা হৈছে। হোজাইৰ ৩৫ বছৰীয়া...
Exit mobile version