24.4 C
Guwahati

A Brave Woman walks in Jungle with a group of Lionesses, see viral video

- Advertisement -

■ আপুনি কেতিয়াবা এগৰাকী মহিলাক হিংস্ৰ জীৱ সিংহৰ দলৰ মাজত কোনো ভয় নোহোৱাকৈ অকলে খোজ কাঢ়ি থকা দেখিছে নে? আজি আমি আপোনাৰ বাবে এনে এগৰাকী নিৰ্ভীক মহিলাৰ ইনষ্টাগ্ৰামৰ ভিডিঅ’ দেখুৱাব বিচাৰিছোঁ, যি অৰণ্যত সিংহৰ দলটোৰ মাজত নিৰ্ভয়ে খোজ কাঢ়ি আছে। এই ভিডিঅ’টো দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল হতবাক হৈ পৰিছে আৰু প্ৰতিজন ব্যৱহাৰকাৰীয়ে এই সাহসী মহিলাগৰাকীৰ পৰিচয়ৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈছে।

সিংহৰ সৈতে একেলগে খোজ কাঢ়ি থকা এই ভিডিঅ’টো ইনষ্টাগ্ৰামত “চাফাৰিগেলেৰী”ত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৱে এতিয়ালৈকে ৩০,০০০ৰ অধিক লাইক পাইছে।

ভাইৰেল হোৱা ভিডিঅ’টোত, মহিলাগৰাকীয়ে নিৰ্ভীকভাৱে সিংহৰ মাজত অকলে খোজ কাঢ়ি থকা দেখা গৈছে আৰু ভিডিঅ’টো চলি থকাৰ লগে লগে, মহিলাগৰাকীক সিংহবোৰৰ পিছফালে খোজ কাঢ়ি থকা আৰু আনকি সিংহৰ নেজত ধৰি থকা দেখা গৈছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ শিৰোনামটোত লিখা আছে, “Do one thing every now & then that scares the life out of you. Would you try this?” সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাগৰাকী অৰণ্যৰ ওচৰত অৱস্থিত কোনো গাওঁৰ বাসিন্দা বা বন্যপ্ৰাণীৰ প্ৰতি আকৃষ্ট মহিলা নহয়। তেওঁ এগৰাকী বিলাসী ভ্ৰমণকাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Kacha Badam- Urfi Javed: ভাইৰেল কেঁচা বাদামত নৃত্য উৰ্ফি...

■ ছ'চিয়েল মিডিয়াৰ যোগেদি বীৰভূমৰ ভুৱন বাদ্যকৰে বাদাম বিক্ৰীৰ সময়ত সৃষ্টি কৰা কেঁচা বাদাম গানটো ইতিমধ্যে সমগ্ৰ...

Model Urfi Javed; “জিন্স পিন্ধাৰ বাবে নিষেধাজ্ঞা, বুকুখন ঢাকি...

💋"বিগ বছ" অ'টিটি প্লেটফৰ্মৰ আটাইতকৈ জনপ্ৰিয় নাম হৈছে উৰ্ফি জাভেদ। পেছাত উৰ্ফি মডেল-অভিনেত্ৰী। কিন্তু আপুনি পোছাক পিন্ধাৰ...

‘মানুহৰ দৰে’ দেখিবলৈ ছাগলীয়ে জন্ম দিলে এটি পোৱালী! অসমৰ...

■ এইখন অসমৰ কাছাৰ জিলাত এটি ছাগলী পোৱালীক লৈ খুবেই চৰ্চিত হৈছে। এজনী ছাগলীয়ে দেখাত মানুহৰ দৰে এটি...
Exit mobile version