19 C
Guwahati

ওদালগুৰি জিলাৰ দুটা প্ৰান্তত পৃথকে উদ্ধাৰ মাৰণাস্ত্ৰ

- Advertisement -

♦জিলাখনৰ ওদালগুৰি আৰু হৰিছিঙা থানা এলেকাত উদ্ধাৰ হৈ মাৰণাস্ত্ৰ খিনি।
নিশা ওদালগুৰিৰ সিন্দ্ৰীঝাৰ গাঁৱত উদ্ধাৰ
মাৰণাস্ত্ৰ। অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এম২০ পিষ্টল সহ ৮জাই সজীৱ গুলিসহ আৰু এটা মেগজিন।
এটা নাইন এম এম পিষ্টলসহ দুই জাঁই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে।
ইপিনে জিলা খনৰ হৰিছিঙা থানাৰ অন্তৰ্গত ৪ নং আমজুলি গাঁৱটো উদ্ধাৰ কৰে মাৰণাস্ত্ৰ।
আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰসমূহ দুটা একে ৫৬ ৰাইফল তিনিটা মেগজিন আৰু ৭.৬২ এমএম পিষ্টলৰ ৭১জাই সজীৱ গুলি উদ্ধাৰ কৰে।
ওদালগুৰি থানৰ অভিযানত নেতৃত্ব দিয়ে ওদালগুৰিৰ উপ-আৰক্ষীৰ অধীক্ষক মইদুল ইছলাম আৰু ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়া আৰু হৰিছিঙা থানৰ অভিযানত নেতৃত্ব দিয়ে ভেৰগাঁৱৰ মহকুমাৰ আৰক্ষী বিষয়া নিৰ্মল ঘোচৰ লগতে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী প্ৰেমাস্কুৰ হাজৰিকা।
দুয়োটা অভিযানে ওদালগুৰি জিলা আৰক্ষীৰ বিশেষ সফলতা হিচাপে বিবেচিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

দীপৰ বিলৰ মাছ সংৰক্ষণৰ বাবে দীপৰ বিল পাছপাৰা সমবায়...

আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই...

মাটি দালালি বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান :: জাল...

  Asom Khobor Digital Desk 21 Seb:: কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ...

মানৱ সৰবৰাহকাৰী নজৰুল ইছলাম ওৰফে পকেট আৰক্ষীৰ জালত, পণ্যসামগ্ৰীৰ...

● বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীৰ মূৰৰ...
Exit mobile version