25.5 C
Guwahati

নলবাৰীৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত বাতিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা

- Advertisement -

♦অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা|

নলবাৰী জিলাৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পুজা বাতিল কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমীপূজা।

মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকল মানি দেহাৰকুছি মনসাপীঠ আৰু বৰখালা ঠাকুৰাণী থান পৰিচলনা সমিতিৰ সিধান্ত মৰ্মে সমিতিৰ বিষয়ববীয়া সকলে অনুষ্টুপীয়াকৈ কেৱল মাত্ৰ পূজাভাগহে অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে হাজাৰ হাজাৰ ভক্ত সমাগম হোবা পুজাস্থলীত নাই কোনো জাকজমকতা নাই কোনো ভক্তৰ সমাবেশ। যোৱাবছৰো ক’ৰোনা মহামাৰীৰ বাবে বাতিল কৰা হৈছিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ...

  নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ বিক্ষোভ নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰক,নদী বান্ধ...

অবনি কলিতাক শোণিতপুৰ জিলাৰ সহ প্ৰভাৰী দায়িত্ব অৰ্পণ

বিহালী সমষ্টিৰ অৱনি কলিতাক ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলাৰ সহ প্ৰভাৰী হিচাবে দায়িত্ব অৰ্পণ কৰিছে।  ভাৰতীয় জনতা পাৰ্টি...

শৰৎচন্দ্ৰ গোস্বামী আৰু চৈয়দ আব্দুল মালিকক স্মৰণ নলবাৰী জিলা...

● নলবাৰী : "শিক্ষা–সাহিত্যত শৰৎচন্দ্ৰ গোস্বামীৰ বিশেষ দক্ষতা আছিল । শৰৎচন্দ্ৰ গোস্বামী আছিল এগৰাকী মহৎ লোক ।...
Exit mobile version