22 C
Guwahati

দেশত কোভিড-১৯ৰ টিকাকৰণৰ সীমা ৯৭ কোটিৰ অতিক্ৰম

- Advertisement -

■ ভাৰতৰ কোভিড-১৯ৰ টিকাকৰণ কভাৰেজে ইতিমধ্যে ৯৭ কোটিৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমানলৈকে ৯৭ কোটিতকৈও অধিক ১১ লাখ ২০ হাজাৰ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বৃহস্পতিবাৰে ২৭ লাখ ৬২ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণঃ ব্যক্তি আৰু ব্যক্তিত্ব

শিক্ষক দিৱস উপলক্ষে, (প্ৰবন্ধ) ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণঃ ব্যক্তি আৰু ব্যক্তিত্ব আমি সকলোৱে জানো যে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন গুণী, জ্ঞানী,...

শিৱসাগৰত ছাত্ৰী নিৰুদ্দেশঃ বিগত ৮ দিন ধৰি সন্ধান নাই...

♦ শিৱসাগৰ জিলাৰ হাঁহচৰা বাইলুং চেতিয়া গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি...

শিৱসাগৰ হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুকলি বিহু

♦ উপস্থিত দৰ্শকক আপ্লুত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ♦"ক’ভিড-১৯ৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই,...
Exit mobile version