24.4 C
Guwahati

শিৱসাগৰত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

- Advertisement -

■ শিৱসাগৰ জিলাৰ নাম-তি মিছাজান ৰজাবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চিনাকি নাম “বাঘ”।

উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ যোৱা নিশা পিঞ্জৰাবদ্ধ হয়।

অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাসৰ চলোৱা নাহৰফুটুকী বাঘে ক্ৰমাগত ভাবে ঘৰচীয়া জীৱ -জন্তু নিধন কৰি আহিছিল।
সীমান্ত ফুকনৰ বাগানতেই যোৱা ১০ জুনত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ লগতে এতিয়া লৈকে চাৰিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পিছতো বাঘৰ সন্ত্ৰাস হ্ৰাস পোৱা নাই ৰজাবাৰী অঞ্চলত।

শেহতীয়াকৈ স্থানীয় ৰাইজে অঞ্চলটোৰ ৰজাবাৰী সত্ৰৰ সমীপৰ সীমান্ত ফুকনৰ চাহ বাগানত বন বিভাগৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত যোৱা নিশা প্ৰায় ৮ বজাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

উক্ত অঞ্চলত বৰ্তমানেও আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে বন বিভাগক অঞ্চলটোত থকা বাঘ কেইটা অতি সোনকালে পিঞ্জৰাবদ্ধ কৰি ৰাইজক সকাহ দিবলৈ অনুৰোধ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

আপোনাৰ EMI দিবলৈ আছে নেকি? অক্টোবৰৰ পৰা নতুন নিয়ম...

■ আপুনি যিকোনো কামৰ বাবে EMI যোগেদি বস্তু নিশ্চয় কিনিছে। বিত্তীয় প্ৰতিষ্ঠান সমূহৰ দ্বাৰা দৈনন্দিন প্ৰয়োজন হোৱা...

Dubai Properties Review: Sales on An Upswing, Despite Covid-19

To understand the new smart watched and other pro devices of recent focus, we should look to...

Omicron vs Covid19; দেশত কোভিড পৰিস্থিতি উদ্বেগজনক; বিশেষজ্ঞৰ গুৰুত্বপূৰ্ণ...

■ দেশৰ লগতে প্ৰতি ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমান্বয়ে উদ্বেগজনক হৈ পৰিছে। বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে প্ৰতিখন ৰাজ্যলৈ।...
Exit mobile version