19 C
Guwahati

চৰাইদেউ জিলাত এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীকঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

- Advertisement -

♦ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈ ঘোগুৰা-ডবা চাৰিআলি সংযোগী ২.৫ কিলোমিটাৰ দৈঘৰ এটা পথ। এই পথটো অতি জৰাজীৰ্ণ অৱস্থা৷

বিগত পাঁচ বছৰে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথটোৱে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র ছাত্ৰী তথা চিকিৎসালয়লৈ যোৱা ৰোগীৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে।

মন্ত্ৰী যোগেন মহনে যোৱা পাঁচটা বছৰত এই পথটোৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাত পথটো দ দ গাঁতলৈ পৰিনত হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ৷

ৰাইজে এই পথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

Little-Known Auction: Museum Gets City Support

To understand the new smart watched and other pro devices of recent focus, we should look to...

Kim Kardashian Is ‘Wet, Dripping’ at the Met Gala...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

১৪ বছৰীয়া ছাত্ৰী ডিম্পল কামোৱাতৰ হত্যাৰ ন্যায় বিচাৰি নলবাৰীত...

■ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ' য়ে ১৪ বছৰীয়া ডিম্পল...
Exit mobile version